ADVERTISEMENT

Class 10 Assamese Question Answer তথা অসমীয়া মাধ্যমৰ দশম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সম্পূৰ্ণ PDF Notes ৰ যোগান ধৰাৰ উপৰিও ইয়াত Assamese Grammar ৰ আন আন বিষয় সমূহৰ সম্পূৰ্ণ সমাধান পোৱা যায়।

Class 10 Assamese Question Answer
ADVERTISEMENT

অসমীয়া মাধ্যমৰ MIL (Modern Indian Language) ৰ পদ্য, গদ্য আৰু ব্যাকৰণৰ সকলো বিষয় যি Board of Secondary Education অৰ্থাৎ SEBA ৰ পৰীক্ষাৰ বাবে প্ৰয়োজন আছে সকলো ইয়াত আপুনি বিনামূলীয়া বাবে পাব।

Class 10 Assamese Question Answer | Syllabus 2025-26

Class 10 Assamese ত বৰ্তমান বাধ্যতামূলক হিচাপে ৫ টা পদ্য আৰু ৭ টা গদ্য দিয়াৰ ওপৰিও বৈকল্পিক হিচাপে Class 10 Assamese ত ২ টা পদ্যাংশ আৰু ২ টা গদ্যাংশ দিয়া আছে।

ADVERTISEMENT

বৈকল্পিক (পদ্যাংশ)

পদ্যাংশPDF
কানাইৰ চতুৰী প্ৰশ্ন উত্তৰPDF
ধৰ ঝাৰু ধৰ ভাই প্ৰশ্ন উত্তৰPDF
ADVERTISEMENT

বৈকল্পিক (গদ্যাংশ)

গদ্যাংশPDF
বিষাদ যোগ প্ৰশ্ন উত্তৰPDF
প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰশ্ন উত্তৰPDF
ADVERTISEMENT

দ্ৰুত পাঠ : বৈচিত্ৰময় অসম

বৈচিত্ৰময় অসমPDF
ADVERTISEMENT

অসমীয়া ব্যাকৰণ (Assamese Grammar)

  • সমাস
  • সন্ধি
    • সন্ধি ভাঙা
    • সন্ধি পাতা
  • পদ
  • বাক্য পৰিৱৰ্তন (সৰল, যৌগিক, জটিল)
  • ণত্ব আৰু ষত্ব বিধি
  • বিশেষ্যৰ পৰা বিশেষণ
  • বাক্য ৰচনা
  • বাক্য ৰচনা কৰা
  • যতি
  • খণ্ডবাক্য
  • জতুৱা ঠাঁচ
  • বিপৰীত শব্দ
    1. বিপৰীত শব্দ [List 1]
    2. বিপৰীত শব্দ [List 2]
    3. বিপৰীত শব্দ [Letter Wise]
  • এটা শব্দত প্ৰকাশ
  • প্ৰত্যয়
  • ভাব- সম্প্ৰসাৰণ
  • ৰচনা লিখন
    • কৰণা ভাইৰাছ – এক প্ৰত্যাহ্বান
    • প্রিয় সাহিত্যিক : ভবেন্দ্ৰনাথ শইকীয়া
    • ড° এ. পি. জে. আব্দুল কালাম
    • কুশল কোঁৱৰৰ জীৱনী
    • শ্ৰীমন্ত শংকৰদেৱ
    • শ্ৰী শ্ৰী মাধৱদেৱ
    • লক্ষ্মীনাথ বেজবৰুৱা
    • লাচিত বৰফুকন
    • ছাত্ৰৰ কৰ্তব্য
    • অসমৰ বানপানী আৰু প্ৰতিকাৰ
    • ছ’চিয়েল মেডিয়া আৰু ছাত্ৰ সমাজ
    • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
    • পুথিভঁৰাল
    • ক’ৰনা ভাইৰাছ আৰু ইয়াৰ প্ৰভাৱ

শেষ বাক্য

Class 10 Assamese (MIL) ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত আমি সমাধান কৰি আছো, আশা কৰো অতি সোনকালেই আপোনালোকে পাব। তাৰ উপৰিও আমি প্ৰয়াস কৰি আছো Class 10 Assamese ৰ বাবে আগন্তুক HSLC 2024 ৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে যোগান ধৰিব। ইয়াৰ বাবে আমাৰ শিক্ষক সকলৰ বহুত কষ্ট কৰি আছে। আপোনালোকে যদি কিছু প্ৰশ্ন উত্তৰ যোগান ধৰিব পাৰে তেন্তে আমাৰ কাৰণে আৰু অলপ সুবিধা হব।

ওপৰত উল্লেখ কৰা প্ৰতিটো অধ্যায়ৰ সম্পূৰ্ণ সাৰাংশ, শব্দ-অৰ্থ, পাঠ্য পুথিৰ প্ৰশ্ন উত্তৰ আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিছোঁ। আপোনাৰ প্ৰয়োজন অনুসৰি পঢ়িব পাৰে।

FAQs on Class 10 Assamese Question Answer

1. দশম মান শ্ৰেণীত অসমীয়া পঢ়াৰ উপকাৰিতা কি?

Ans: দশম শ্ৰেণীত অসমীয়া (Class 10 Assamese Question Answer) বিষয় পঢ়া ছাত্ৰ ছাত্ৰীৰ বাবে এক গুৰুত্বপূৰ্ণ কাম। এই বিষয়টোৱে কেৱল মাত্ৰ পৰীক্ষাত ভাল নম্বৰ পোৱাৰ বাবেই নহয়, ই অসমৰ ৰাজ্যিক ভাষা ভালদৰে শিকাৰ ওপৰিও অসমীয়া কলা সংস্কৃতিতৰ লগত নিজকে জড়িত কৰোৱা। ইয়াৰ ওপৰিও পৰৱৰ্তী সময়ত অসমত যিকোনো চৰকাৰী চাকৰী কৰিবলৈ অসমীয়া ভাষাই বহু প্ৰকাৰে সহায় কৰে, কাৰণ অসম চৰকাৰৰ চাকৰিত অসমীয়া কোৱা, বুজি পোৱা আৰু লিখিব পৰাটো বাধ্যতামূলক।

2. দশম মান শ্ৰেণীৰ অসমীয়া বিষয়ত কি কি মূল অধ্যায় আলোচনা কৰা হৈছে?

Ans: Class 10 Assamese ত এক দীঘলীয়া পাঠ্যক্ৰম সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত পধ্য, গদ্য, ভাষা সমন্ধীয়, অসমীয়া ব্যাকৰণ লগতে বিশেষ কিছু ৰচনা উল্লেখযোগ্য। Class 10 Assamese Question Answer ৰ জৰিয়তে শব্দকোষ সমৃদ্ধি, লিখাৰ কৌশল, আৰু বিভিন্ন দিশত নিজকে পাৰ্গত কৰিব পৰা যায়।

3. দশম মান শ্ৰেণী (HSLC Exam) ৰ বাবে অসমীয়া বিষয়ত কি কি পঢ়া প্ৰয়োজন?

a) পাঠ্যক্ৰম ভাল দৰে বুজি পোৱাটো জৰুৰী।
b) ইয়াৰ বাবে আপুনি এক নিদ্দিষ্ট পঢ়া ৰুটিন মানি চলা অতি জৰুৰী।
c) Class 10 Assamese Question Answer (PYQ) পঢ়াও বহুত জৰুৰী।
d) ইয়াতকৈ গুৰুত্বপূৰ্ণ কথা, আপুনি বাহিৰা কিতাপ কৰিব লাগিব।
e) লগতে আপুনি আপোনাৰ গুৰুজনাৰ কথামতে অধ্যয়ন কৰিব লাগিব।

4. অসমীয়া ভালকৈ পঢ়িবলৈ বা লিখিবলৈ আন আন কি উপাই আছে?

Ans: অসমীয়া ভাষা ভালকৈ পঢ়িবলৈ বা লিখিবলৈ আটাইতকৈ উত্তম মাধ্যম হল আপোনাৰ Class 10 Assamese পাঠ্যক্ৰম। ইয়াৰ ওপৰিও কিছু কিতাপ আছে যি আপুনি আজৰি সময়ত পঢ়িব পাৰে –
a) প্ৰকৃতিৰ স্বৰ্ণলিপি – লক্ষ্মীনাথ বেজবৰুৱা (“Prakritir Sworolipi” by Lakshminath Bezbaroa)
b) ভাষাৰ ব্যৱহাৰিক বিশ্লেষণ – গুনাভিৰাম বৰুৱা (“Bhasar Byaboharik Bishleshon” by Gunabhiram Barua)
c) অসমীয়া ৰচনা বিচিত্ৰতা – ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (“Axomiya Rachana Drishtikon” by Dr Birendra Kumar Bhattacharya)