এই About Us পৃষ্ঠাৰ জৰিয়তে আপুনি আমাৰ ইচ্ছা বা মনোভাৱ বুজিব পাৰিব লগতে আপুনি বিচাৰিলে আমাৰ সৈতে যোগাযোগও কৰিব পাৰিব।

About Us | আমাৰ ইচ্ছা বা মনোভাৱ

মই অসমৰ এখন ব্যক্তিগত শিক্ষা অনুষ্ঠানৰ অসমীয়া বিষয় শিক্ষক (কিছু সমস্যাৰ বাবে অনুষ্ঠানৰ নাম উল্লেখ কৰিব নোৱাৰিলোঁ)। অসমীয়া বিষয়ৰ সৈতে মোৰ অতি ঘনিষ্ঠ সম্পৰ্ক আৰু মই মোৰ শিক্ষকতা জীৱনত ছাত্ৰ ছাত্ৰীৰ আন আন বিষয় সমূহৰ লগতে Assamese Question Answer লৈ কি কি অসুবিধা হৈ থাকে মই ভালকৈ জানো।

বহুবছৰ মই Class 12 Assamese, Class 11 Assamese, Class 10 Assamese, Class 9 Assamese ৰ বাবে ছাত্ৰ ছাত্ৰীক টিউচন পঢ়ুৱাইছো। তেতিয়াৰ পৰাই মই গোটেই অসমৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে এনেকুৱা এখনি মাধ্যমৰ ব্যৱস্থা কৰাত চেষ্টা কৰি আছিল।

অৱশেষত 2020 চনত ভাৰত চৰকাৰে দিয়া লকডাউনে চকু খুলিলে যে মই কিদৰে ছাত্ৰ ছাত্ৰীৰ বাবে Online Platform বনাব পাৰিম।

About Us
About Us

মোৰ কোনো Technical Knowledge নথকাৰ বাবে আনৰ সহায় লৈ এই Assamese Question Answer ৱেবছাইট চলাই আছোঁ, আৰু আপোনালোকৰ বাবে Class 12 Assamese Question Answer, Class 11 Assamese Question Answer, Class 10 Assamese Question Answer, Class 9 Assamese Question Answer সম্পূৰ্ণৰপে দিবলৈ প্ৰয়াস কৰিছো।

ইয়াৰ ওপৰিও আপুনি Assamese Grammar আৰু Essay in Assamese ইয়াত সম্পূৰ্ণ ৰূপে পাব যিয়ে আপোনাক HSLC Final Exam আৰু HS Final Exam ত
বহুত সহায় কৰিব।

বৰ্তমান সময়ত আমি ছাত্ৰ ছাত্ৰী লগত শিক্ষক শিক্ষয়ত্ৰীৰ সুবিধা হোৱাকৈ অসম চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়, অসম জাতীয় বিদ্যালয় আৰু শ্ৰী শংকৰদেৱ শিশু নিকেতনৰ অসমীয়া বিষয়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো। আপুনি যদি ষষ্ট, সপ্তম তথা অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে তেন্তে এই Assamese Question Answer য়ে আপোনাক যথেষ্ট সহায় কৰিব।

এক বিনম্ৰ অনুৰোধ: মই এজন সামান্য শিক্ষক যিয়ে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবেই কিছু কৰাৰ চেষ্টা কৰি আছে। আপোনালোকক অনুৰোধ জনাও যাতে আপুনিও এই Assamese Question Answer ৱেবছাইট আনৰ সৈতে Share কৰি ছাত্ৰ ছাত্ৰীৰ সহায় কৰে।