Class 8 Assamese Question Answer

ADVERTISEMENT

আপুনি যদি Class 8 Assamese Question Answer বিচাৰি ইয়ালৈ আহিছে তেন্তে নিশ্চয় আপুনি হয় Class 8 Assamese Medium ৰ শিক্ষাৰ্থী নহলে আপুনি Class 8 Assamese Medium ৰ শিক্ষকতা কৰে আছে। যিয়েই নহওঁক আপুনি যদি সঁচাই Class 8 Assamese Question Answer বিচাৰি আছে তেন্তে Assamese Question Answer নামৰ এই ৱেবছাটটোত আপুনি ক্লাছ ৬ ৰ পৰা ক্লাছ ১২ লৈকে সকলো Assamese Question Answer বিনামূল্যত পাব।

আজি আমি আপোনাৰ বাবে Class 8 Assamese Question Answer লৈ আহিছোঁ ঠিকেই কিন্তু আপুনি নিশ্চয় জানেই অসমত চৰকাৰী, শংকৰদেৱ শিশু নিকেতন আৰু অসম জাতীয় বিদ্যালয়ত বেলেগ বেলেগ কিতাপ পঢ়োৱা হয়। আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি তলত দিয়া লিংকৰ জৰিয়তে পঢ়িব পাৰিব।

Class 8 Assamese Question Answer তথা অসমীয়া মাধ্যমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সম্পূৰ্ণ Question Answer ৰ যোগান ধৰাৰ উপৰিও ইয়াত Assamese Grammar ৰ সমূহৰ সম্পূৰ্ণ সমাধান পোৱা যায়।

ADVERTISEMENT
Class 8 Assamese Question Answer
ADVERTISEMENT

Table of Contents [show]

Class 8 Assamese Question Answer [অসম চৰকাৰী বিদ্যালয়]

নিয়ৰ
যুগমীয়া শৰাইঘাটি
এন ফ্ৰাঙ্কৰ ডায়েৰি
জাগা জননীৰ সন্তান
ভক্ত প্ৰহ্লাদ
প্ৰগতিৰ সোণালী বাট
বস্ত বিজ্ঞান অধ্য়য়ন
শ্ৰী শ্ৰীশংকৰদেৱ
ভয়
পৰীক্ষিতৰ ব্ৰক্ষ্মশাপ
অতীতক নাযাবা পাহৰি
সুখ
হোমি জাহাংগীৰ ভাবা
সংস্কৃতি আৰু আমাৰ জীৱন
শিশু-লীলা
ADVERTISEMENT

Class 8 Assamese Question Answer [শংকৰদেৱ শিশু নিকেতন ]

বৰগীত
বৰ লোকৰ চৰিত্ৰ অধ্যয়ন
বিহু-চোলা
পৰম বন্ধু
মাতৃ পূজাত মোমাই বলি
আমাৰ ভাৰতী আই
জন সাহিত্য
লক্ষ্মীনাথ বেজবৰুৱা
ডাং বৰলাক কেঁচুৱা দৰ্শন
জাতীয় গৌৰৱ
ব্ৰক্ষপুত্ৰ আৰু আমাৰ পৰিৱেশ
জোন আৰু জোনাকী
হাঁহি
বিশ্ব ভাৱনা
অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী
জন্মভূমি
ধৰ ঝডু ধৰ ভাই
বিষয়ীৰ অধোগতি
ADVERTISEMENT

Class 8 Assamese Question Answer [অসম জাতীয় বিদ্যালয়]

বৰগীত
সৰশ্বতীৰ বৰ
চৰিত্ৰ
অসমৰ আ-অলংকাৰ
ধূলি-কণা মই
সেতুবন্ধন
ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ
নিশাচৰ প্ৰাণীবোৰ
হিংসা নকৰোঁ কাকো
ভোকেন্দ্ৰ বৰুৱা
শিশুৰ বাবে ৰচিত সাহিত্য
তৰুণৰাম ফুকন
তেজীমলা
পুৰণি অসমৰ চিত্ৰকলা
প্ৰত্যাগত
ভূমিকম্পৰ বিষয়ে অধ্যয়ন
ভীম বকাসুৰৰ যুদ্ধ
গুৰু গৃহত মাধৱ
সীতাৰ প্ৰতি ৰামৰ বচন
লাচিত বৰফুকন
ADVERTISEMENT

ওপৰত দিয়া লিংকৰ জৰিয়তে আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি Class 8 Assamese Question Answer পঢ়িব পাৰিব আৰু যদি আপুনি Class 9 Assamese Question Answer ও বিচাৰি আছে তেন্তে লিংকত ক্লিক কৰিব পাৰে।

ADVERTISEMENT