Class 12 Assamese Question Answer
Class 10 Assamese Question Answer
Class 11 Assamese Question Answer
Class 9 Assamese Question Answer
Assamese Question Answer
Assamese Question Answer বুলি কলে আমি সাধাৰণতে অসমত চলি থকা বিদ্যালয়সমূহত এক বাধ্যতামূলক বিষয়ৰ প্ৰশ্ন উত্তৰ বুলি বুজি পাও, নহয় জানো?
হয়, আমি কব খুজি আছো Assamese Question Answer নামৰ এই ৱেবছাটটোত আপুনি ক্লাছ ৬ ৰ পৰা ক্লাছ ১২ (কলা, বিজ্ঞান আৰু বাণিজ্য শাখা) লৈকে সকলো Assamese Question Answer আপুনিও বিনামূলীয়াকৈ পাব।
আমি ইয়াত ক্লাছ ৬ ৰ পৰা ক্লাছ ১২ (কলা, বিজ্ঞান আৰু বাণিজ্য শাখা) লৈকে যি পাঠ্যপুথি আছে তাৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আমি আপোনাৰ সৈতে আলোচনা কৰিম। ইয়াৰ ওপৰিও যদি আপুনি এই প্ৰশ্ন উত্তৰ সমুহৰ পি.ডি.এফ (Assamese Question Answer PDF) বিচাৰে তেন্তে ডাউনলোড কৰিব পাৰিব।
কিয় প্ৰয়োজন Assamese Question Answer?
আমি বৰ্তমানলৈকে এই শিক্ষা বিষয়ক বহু কেইটা ৱেবচাইট লগতে ইউটিউব চেনেল চলাই আছোঁ আৰু তাৰ বাবেই মই জ্ঞাত যে অসমৰ ছাত্ৰ ছাত্ৰীৰ Assamese Question Answer লিখাত বহুতো অসুবিধা হয় আৰু তেওঁলোকে প্ৰায়ে ইণ্টাৰনেটত Assamese Question Answer বিচাৰি থাকে। এই Assamese Question Answer সাধাৰণতে Class 9 Assamese Question Answer, Class 10 Assamese Question Answer, Class 11 Assamese Question Answer, Class 12 Assamese Question Answer এনেকৈ বিচাৰি থাকে।
এই তথ্যখিনি সংগ্ৰহ কৰি অসমীয়া বিষয়ত গুৱাহাটী বিশববিদ্যালয়ৰ পৰা এম, এ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰা মোৰ বাল্য কালৰ বন্ধু ও সহপাঠী এজনৰ পৰা Class 9 Assamese Question Answer, Class 10 Assamese Question Answer, Class 11 Assamese Question Answer, Class 12 Assamese Question Answer লিখাই আনি আপোনাৰ বাবে ইয়াত উপলব্ধ কৰোৱাৰ প্ৰয়াস কৰিছো।
আপোনাৰ কি কামত আহিব এই Assamese Question Answer?
অসমত অসমীয়াই হে অসম তথা অসমীয়া ভাষা জীয়াই ৰাখিব লাগিব। প্ৰতিজন খিলঞ্জীয়া অসমীয়াৰ দ্বায়িত্ব আৰু কৰ্তব্য অসমীয়া ভাষা চহকী কৰা। আপুনি যদি ক্লাছ ৬ ৰ পৰাই অসমীয়া ভালকৈ (যদিওঁ ইংৰাজী মাধ্যমত পঢ়ে) শিকিবলৈ যত্ন কৰে তেন্তে আপুনি কেৱল পৰীক্ষাত ভাল নম্বৰ পোৱাৰ ওপৰিও সাহিত্যিক জগতলৈ বহু অৰিহণা যোগাব পাৰিব।
ইয়াৰ বাবেই আমি Assamese Question Answer নামৰ ৱেবচাইটৰ জৰিয়তে আপোনালোকৰ বাবে প্ৰশ্ন উত্তৰ সমূহ লৈ আহিছোঁ যিয়ে আপোনালোকৰ বুদ্ধিমত্তা বৃদ্ধি কৰিব আৰু আগন্তুক সময়ত অসমীয়া সাহিত্যিক চহকী কৰিব পাৰিব।
কি কি পাব Assamese Question Answer ৱেবছাইটত?
আমি আগতে উল্লেখ কৰিছো যে Assamese Question Answer ৱেবছাইটত আমি ক্লাছ ৬ ৰ পৰা ক্লাছ ১২ লৈকে অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সেইহেতুকে আমি আপোনালোকৰ বাবে ওপৰত উল্লেখ কৰা লিংকত সকলো শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ দিয়াৰ বিশেষ প্ৰয়াস কৰিছো।